আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

আজি পাকিস্তানত কুলভূষণক সাক্ষাৎ কৰিব মাতৃ-পত্নীয়ে

নিউজ ডেস্ক,প্ৰথম খবৰ: পাকিস্তানত  ফাঁচীৰ ক্ষণ গণি থকা কুলভূষণ যাদৱক অৱশেষত সাক্ষাতৰ বাবে সঁহাৰি জনাইছে পাকিস্তান চৰকাৰে। এই উদ্দেশ্যৰে পাকিস্তানত উপস্থিত হৈছেগৈ মাতৃ আৰু পত্নী।

তেওঁলোকক এই সাক্ষাৎ কালত সংগ দিব পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্ত জে.পি সিঙে। উল্লেখ্য যে পাকিস্তানৰ বেলুছিস্থান প্ৰদেশত ভাৰতৰ হৈ চোৱাংচোৱাগিৰি কৰা আৰু অশান্তি বিয়পোৱাৰ অভিযোগত কুলভূষণ যাদৱক গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close