অসমশীৰ্ষ

আজি পুনৰ দিল্লীলৈ মুখ্যমন্ত্ৰী সৰ্বা

নিউজ ডেস্ক,প্ৰথম খবৰ:

আজি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎৰ উদ্দেশ্যৰে দিনৰ প্ৰায় ১ বাজি ৩০ মিনিটত দিল্লী অভিমুখে উৰা মাৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু দিল্লীতেই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এন.আৰ.চি সম্পৰ্কত এখন বিশেষ বৈঠকত মিলিত হব আৰু ১৫ ডিচেম্বৰলৈকে দিল্লীতেই থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Related Articles

Leave a Reply

Close