অসম

একশৰণ ভাগৱতী সমাজ,অসমৰ প্ৰতিষ্ঠাপক তথা শংকৰ দেৱ বঁটা প্ৰাপ্ত আচাৰ্য ইলাৰাম দাসৰ ৮৮ সংখ্যক জন্ম দিৱস উদযাপন

প্ৰথম খবৰ,বাৰপূজীয়া:একশৰণ ভাগৱতী সমাজ, অসমৰ প্ৰতিষ্ঠাপক তথা শংকৰ দেৱ বঁটা প্ৰাপ্ত আচাৰ্য ইলাৰাম দাসৰ ৮৮ সংখ্যক জন্ম দিৱসটি সমগ্ৰ অসমৰ লগতে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সদো মৰিগাওঁ জিলা একশৰণ ভাগৱতী সমাজৰ উদ্যোগত সাতগাওঁ বৰনামঘৰত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে উলহ-মালহেৰে উদ্ যাপন কৰিছে। উল্লেখ্য যে,এই অনুষ্ঠানত জিলাখনৰ প্ৰতিখন গাওঁ শাখাই অংশ গ্ৰহণ কৰাৰ লগতে সমগ্ৰ সাতগাওঁতে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Close