অসম

কপিলী খণ্ড সমল কেন্দ্ৰৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

প্ৰথম খবৰ, বাৰপূজীয়া:
মৰিগাঁও জিলাৰ সৰ্বশিক্ষা অভিযান মিছন সহযোগত আৰু কপিলী খণ্ড সমল কেন্দ্ৰৰ উদ্যোগত ৰবিবাৰে দিনযোৰা কাৰ্যসুচীৰে জালুগুটি ৰাজহুৱা প্ৰেক্ষাগৃহত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত খণ্ডটোৰ প্ৰায় দুই শতাধিক দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ লগতে যথেষ্ট সংখ্যক অভিভাৱক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close