অসম

কবি মালিক শ্বাহ ৰতনৰ গল্প সংকলন ”চিনাকী নদীৰ পৰিতাপ” উন্মোচন

প্ৰথম খবৰ , ৰূপহীহাট: নগাঁও জিলাৰ কচুৱাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। উক্ত আদৰণি সভাত উন্মোচিত হয় কবি মালিক শ্বাহ ৰতনৰ গল্প পুথি। “চিনাকী নদীৰ পৰিতাপ” নামৰ সংকলটি উন্মোচন কৰে নৱাগত আদৰণি সভাত উপস্থিত অধ্যক্ষ হবিবুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় নাথুৰাম বৰা, লিয়াকত আলী, ডিম্বেশ্বৰ দাস আদিয়ে ।” চিনাকী নদীৰ পৰিতাপ”  কবি মাকবিৰ দ্বিতীয়খন গ্ৰন্থ।  উল্লেখ্য যে ইতিমধ্যে কবিতা, গল্প, নাটক, গীত আদি ৰচনাৰে পৰিচিত হোৱা মালিক শ্বাহ ৰতন ৰূপহীৰ তাৰাবাৰী-বৰপকাৰ বাসিন্দা । শ্বাহৰ কেইবাখনো নাটক ইতিমধ্যে মঞ্চস্থ হৈ গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close