অসমশীৰ্ষ

কলগাছিয়াৰ বালাগাৱঁত বিদ্যুৎপৃষ্ট হৈ শিশুৰ মৃত্যু

কলগাছিয়াৰ পৰা আব্দুল হাই, প্ৰথম খবৰ : কলগাছিয়াৰ বালাগাৱত ৰাজিবুল হাছান মণ্ডল(৭) নামৰ এজন ছাত্ৰৰ মৃত্যুত এলেকাটোত শোকৰ ছাঁ বিৰাজ কৰিছে । বিদ্যুৎ পৰিবাহী হৈ থকা টেবুল ফেনত লাগি মৃত্যু হয় কণমানিটিৰ । ক্ষূদ্ৰকুছি বি,কে ,টি জাতীয় বিদ্যালয়ৰ প্ৰাক্ প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ আছিল ৰাজিবুল হাছান মণ্ডল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close