অসম

কাৰ্বি আংলঙত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, খেৰণি:পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত এজন অচিনাক্ত পুৰুষৰ
মৃতদেহ উদ্ধাৰ। হাৱাইপুৰ-লামডিং ৰে’ল পথৰ দাঁতিত তথা হাৱাইপুৰ ষ্টেচনৰ পৰা প্ৰায় ১-৫ কি:মি: নিলগত প্ৰত্যক্ষ কৰে জিন্স পেন্ট-চুৱেটাৰ পৰিধান কৰা প্ৰায় ৩০-৩৫ বছৰীয়া লোকজনৰ মৃতদেহ। ৰে’লৰপৰা পৰি মৃত্যু হোৱাৰ সন্দেহ ঘটনাস্থলিত উপস্থিত হোৱা ৰাইজৰ। এই পৰ্যন্ত উপস্থিত হোৱা নাই ৰে’ল কৰ্তৃপক্ষ ঘটনাস্থলিত।

Related Articles

Leave a Reply

Close