অসম

কুঁৱাত পৰি নিহত ১

প্ৰথম খবৰ, তেজপুৰ: তেজপুৰৰ ডিপোটাত সংঘটিত হৈছে এক অঘটন। নিজা ঘৰৰ কুৱাত পৰি কৰুণভাৱে মৃত্যুক সাৱটি ল’লে এজন ব্যক্তিয়ে। দুৰ্ভগীয়া ব্যক্তিজন ডিপোটা সোপোৰা চুবুৰিৰ নিবাসী দিপ্ত বৰা(৬০)।

Related Articles

Leave a Reply

Close