অসম

কৃষ্ণাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিজয় উল্লাস পালন

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ,প্ৰথম খবৰ:কৃষক নেতা অখিল গগৈক এনএছএৰ পৰা ৰেহাই দিয়াত মহামান্য আদালতক ধন্যবাদ জনাই সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও আজি বিজয় উৎসৱ পালন কৰে ৷ আজি দুপৰীয়া জিলাখনৰ কৃষ্ণাইৰ বৰমোহৰা গাঁৱৰ ৰাজহুৱা খেলপথাৰত ফটকা ফুটাই বিজয় উল্লাস পালন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিয়ে৷ সমিতিৰ সদস্য সকলে আনন্দোৎসৱথলীতে অসম আৰক্ষী হায় হায়,অসম চৰকাৰ হায় হায়,অখৈল গগৈ জিন্দাবাদ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

 

Related Articles

Leave a Reply

Close