শেহতীয়া
Home / অসম / গেজেঙ্গাগুৰি তিনিআলিত “হেঙুল থিয়েটাৰ”

গেজেঙ্গাগুৰি তিনিআলিত “হেঙুল থিয়েটাৰ”

প্ৰথম খবৰ ,ওৰাং:আঞ্চলিক প্ৰগতি সংঘ,গেজেঙ্গাগুৰিৰ সৌজণ্যত অহা ইং ৮,৯ আৰু ১০ ডিচেম্বৰ ২০১৭ তাৰিখে অসমৰ বিভিন্ন স্থানত জনপ্ৰিয়তা লাভ কৰা “বলিয়া দ্ৰোপদী””নামৰ নাট প্ৰদৰ্শনীৰে তোলপাৰ লগাই অহা থিয়েটাৰ “হেঙুল থিয়েটাৰ”ক তিনি নিশাৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছে। উক্ত থিয়েটাৰত অভিজিৎ ভট্টাচাৰ্যৰ পৰিচালত “মাফিয়া আৰু সুন্দৰী”ৰ লগতে হিমাংশু প্ৰসাদ দাসৰ পৰিচালিত “ৰোমিঅ’ জুলিয়েট ” শীৰ্ষক নাট দুখনি প্ৰদৰ্শন কৰা হ’ব বুলি আয়োজক সকলে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*