অসমগুৱাহাটী

চাহ জনগোষ্ঠীৰ  প্ৰতাৰণা আৰু কৃষ্টি-সংস্কৃতিক  লৈ কিতাপ মুকলি

নিউজ ডেস্ক,প্ৰথম খবৰ :

দেশৰ চাহ জনজাতীয় লোকসকলৰ প্ৰতাৰণা আৰু কৃষ্টি-সংস্কৃতিক লৈ ৰাজেশ কুমাৰ তাতীয়ে লিখি উলিয়ায় দুখনকৈ কিতাপ৷ ৬০ খন চাহ বাগিচাৰ কবিৰ সহযোগত ৰাজেশ কুমাৰ তাতীয়ে লিখি উলিওৱা ‘উত্তৰাধিকাৰ’ আৰু ‘সেউজীয়া উপত্যকাত সূৰ্য নামিব’ গল্প আৰু কবিতা পুথি দুখন সোমবাৰে উন্মোচিত কৰে আঁক-বাক প্ৰকাশন গোষ্ঠীয়ে৷ আঁক-বাক প্ৰকাশন গোষ্ঠীৰ দ্বাৰা গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত  কিতাপ দুখন শুভ উন্মোচন কৰে বিশিষ্ট লিখক ড° লক্ষ্মীনন্দন বৰা আৰু সমীৰ তাতীয়ে।

Related Articles

Leave a Reply

Close