অসমউত্তৰ পূবৰাষ্ট্ৰীয়

ছবিঘৰলৈ আহি আছে ‘হৰে কৃষ্ণ!’

নিউজ ডেস্ক, প্ৰথম খবৰ :
অহা ১৫ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ পি.ভি.আৰ.ছবি গৃহত মুক্তি লাভ কৰিব আমেৰিকাৰ জন গ্ৰিছাৰ পৰিচালিত ছবি ‘হৰে কৃষ্ণ’ই৷সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে গুৱাহাটী ISKCON কৰ্তৃপক্ষই৷
উল্লেখযোগ্য যে ৭০ বছৰীয়া সন্ন্যাসী এজনৰ জীৱনশৈলী আৰু কৰ্মৰাজিৰ ওপৰত নিৰ্মিত এই ছবিখন ১৫ ডিচেম্বৰ তাৰিখে নিশা ৮-৩০ বজাত গুৱাহাটীৰ পি.ভি.আৰ. ছবিগৃহত মুক্তি পোৱাৰ লগে লগে দৰ্শকৰ ৰুচি অুনসৰি ভাৰতৰ সমূহ পি.ভি.আৰ. ছবিগৃহত ইয়াক প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লৈছে ISKCON কৰ্তৃপক্ষই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close