অসম

জালিয়াতিৰে মাটি নামজাৰি কৰা সন্দৰ্ভত অৱস্হান ধৰ্মঘট

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ  : সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা),মৰাণ আঞ্চলিক সমিতি আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা(আগছু),মৰাণ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত জালিয়াতি কৰি মাটি নামজাৰি কৰা সন্দৰ্ভত আজি অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close