শেহতীয়া
Home / অসম / জিছাৰ হত্যাকাৰীক মৃত্যুদণ্ড

জিছাৰ হত্যাকাৰীক মৃত্যুদণ্ড

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৬ চনৰ ২৮ এপ্ৰিলত পেৰংবৱুৰত ধৰ্ষণ কৰি হত্যা কৰা জিছাৰ হত্যাকাৰীক অৱশেষত মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে কেৰেলাৰ আৰ্নাকুলাম ছেছন আদালতে৷

উল্লেখ্য যে ২০১৬ চনৰ ১৬ জুন তাৰিখে তামিলনাডুৰ কাঞ্চীপুৰমৰ পৰা গ্ৰেপ্তাৰ হোৱা ধৰ্ষণকাৰীৰ অভিযুক্ত আমিৰ উল ইছলামৰ ৮৫ দিন ধৰি চলা বিচাৰৰ পিছত মঙ্গলবাৰে কেৰেলাৰ আৰ্নাকুলাম ছেছন আদালতে দোষী সাব্যস্ত কৰে অভিযুক্তগৰাকীক৷

জিছা হত্যাকাণ্ডৰ দোষী আমিৰ উল ইছলামক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ পিছতে এওঁৰ নগাঁৱৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*