অসমৰাষ্ট্ৰীয়

জেৰুজালেমক ইজৰাইলৰ ৰাজধানী ঘোষণা ট্ৰাম্পৰ

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰঃ২০১৬ চনৰ নিৰ্বাচনী প্ৰচাৰত জেৰুজালেমবাসীক দিয়া আশ্বাস অৱশেষত আজি পূৰ্ণ কৰিব ডোনাল্ড ট্ৰাম্পে৷

আজি হোৱাইট হাউছত জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close