শেহতীয়া
Home / অসম / ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ মুকলি 

ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ মুকলি 

নিউজ ডেস্ক,প্ৰথম খবৰঃ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰে দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ৷

এই কেন্দ্ৰটোত এটা পুথিভঁৰাল,এটা ৰিচাৰ্ছ চেণ্টাৰ,এটা সভাগৃহ,দুটা প্ৰেক্ষাগৃহ আৰু এটা মিডিয়া চেণ্টাৰ থকাৰ লগতে ড° আম্বেদকাৰৰ জীৱন শৈলীৰ ওপৰত আধাৰিত এক প্ৰদৰ্শনীৰ ব্যৱস্থাও আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*