শেহতীয়া
Home / অসম / তেজপুৰত উদ্যম শীৰ্ষক বাৰ্ণিজ্য মেলা ১৫ৰ পৰা ১৯ ডিচেম্বৰলৈ

তেজপুৰত উদ্যম শীৰ্ষক বাৰ্ণিজ্য মেলা ১৫ৰ পৰা ১৯ ডিচেম্বৰলৈ

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ:তেজপুৰৰ নেহৰু ময়দামত ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ উদ্যাম শীৰ্ষক বাৰ্ণিজ্যমেলা আয়োজন কৰা হৈছে ।আজি শোনিতপুৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাই জানিবলৈ দিয়ে।

অহা ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া উদ্ধোধনী অনুষ্ঠান মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্নবান্দ সোণোৱালে। প্ৰতি দিনাই সাংস্কৃতিক অনুষ্ঠান লগতে বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। ১৯ ডিচেম্বৰ তাৰিখে অসমৰ ৰাজ্যপাল যোগদ্বেশ মুখীয়ে অংশ গ্ৰহণ কৰিছে। সংবাদমেলত সাংসদ ৰাম প্ৰসাদ শৰ্মা আৰু বিধায়ক বৃন্দাবন গোস্বামীৰ লগতে চেম্বাচ অব কমাৰ্চৰ বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*