অসম

তেজপুৰত সৈনিক পতাকা ডে’ পালন

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ: ১৯৪৮ চনৰ পৰা সৈনিকসকলক সন্মান জনোৱাৰ বাৱে আৰাম্ভ কৰা সৈনিক পতাকা দিৱস আজি তেজপুৰত থকা সৈনিক শ্বহীদ স্তম্ভ অনুষ্ঠিত কৰা হয়। তেজপুৰৰ শ্বহীদ স্তম্ভত জি অ চি উচ্চ পদস্থ বিষয়া এম কে মেহেতা,অতিৰিক্ত উপায়ুক্ত কে কে শৰ্মা আৰু প্ৰাক্তন সৈনিকসকলে পুস্পাঞ্জলি  জনোৱাৰ পিছত এখন সমাগতা মূলক সভা আৰু প্ৰাক্তন সৈনিক সকলৰ লগত অন্তৰংগ অনুষ্ঠানতো মিলিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close