অসম

তেজপুৰৰ বিদ্যালয়ত চুৰি

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ :সমগ্ৰ ৰাজ্যজুৰি গুণোৎসৱ লৈ শিক্ষক সকল ব্যস্ত থকাৰ সময়তে তেজপুৰৰ এখন বিদ্যালয়ত যোৱা নিশা চুৰি কাৰ্য সংঘটিত হয়। তেজপুৰ মাজগাঁও বালিকা মজলীয়া বিদ্যালয়ত যোৱা নিশা কোনো দুবৃত্তই চুৰি কাৰ্য সংঘটিত কৰি বহু সামগ্ৰী চুৰি কৰি নিয়ে।  গুণোৎসৱৰ বাবে বিদ্যালয় তৰফৰ পৰা ক্ৰয় কৰা বহু সামগ্ৰী চুৰি কৰি নিয়ে। তেজপুৰ কচাৰীগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close