শীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

দক্ষিণ এছিয়া বেডমিণ্টন ফেডাৰেচনৰ সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা

ছফিক আহমেদ, প্ৰথম খবৰ: দক্ষিণ এছিয়া বেডমিণ্টন ফেডাৰেচনৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁক নিৰ্বাচন কৰে দক্ষিণ এছিয়াৰ ৭ খন দেশৰ প্ৰতিনিধিয়ে। গুৱাহাটীত অনুষ্ঠিত হোৱা এখন বিশেষ বৈঠকত সভাপতি হিচাপে নিৰ্বাচিত হয় হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে, ভাৰতীয় বেডমিণ্টন সংস্থাৰো সভাপতি পদত আছে হিমন্ত বিশ্ব শৰ্মা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close