অসম

দেওমৰনৈত কংগ্ৰেছৰ নিৰ্বাচনী ৰণশিঙা

প্ৰথম খবৰ, দেওমৰনৈ: দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈ মণ্ডল কংগ্ৰেছৰ সভাপতি হিতেশ ডেকাৰ সভাপতিত্বত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে মহিলা জিলা কংগ্ৰেছৰ সভানেত্ৰী দিপালী ডেকা, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ কাৰ্যনিব্বাহক সদস্য তথা দৰং জিলা কংগ্ৰেছৰ সম্পাদক ৰেকিবুদ্দিন আহমেদ, জিলা কংগ্ৰেছৰ আইন উপদেষ্টা নজৰুল ইচলাম (মুকুট আলী)য়ে বজালে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা৷ সভাত দেওমৰনৈ এন এছ ইউ আই সমিতিখন সভাপতি বিকাশ ৰাজবংশী আৰু সম্পাদক ইজাজুৰ ৰহমানক লৈ ২২ জনীয়া সমিতি খন গঠন হয়।

Related Articles

Leave a Reply

Close