অসম

নলবাৰীৰ বালিলেছাত যুৱ ছাত্ৰৰ উদ্যোগত মহোহ খেদা উৎসৱ উদযাপন

প্ৰথম খবৰ,নলবাৰী:নলবাৰীৰ বালিলেছাত যোৱা নিশা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৱ নলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অসমীয়াৰ লোক (মহোহ খেদা) উৎসৱ উদযাপন কৰা হয়।

যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় পাৰ্থ প্ৰতীম শৰ্মা, নিৰোদ দাস,পূৱ নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি,সম্পাদক, সাংস্কৃতিক কৰ্মী হেমাংগ দত্ত সহ কেইবাজনৰ নেতৃত্বত অঞ্চলটোৰ ৰাইজে বালিলেছা গাওঁখনত (মহোহো খেদা)লোক উৎসৱ উদযাপন কৰা হয়।

এক নান্দনিক দৃশ্যৰাজিৰ মাজেৰে মহোহো খেদা গীত পৰিবেশন কৰি ৰাইজক মোহাচ্ছন্ন কৰাৰ লগতে অসমীয়া জনজীৱনৰ পৰা লুপ্ত হবলৈ ধৰা সংস্কৃতিক নকৈ উজ্জীৱিত কৰাৰ আভাষ দেখা গৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close