শেহতীয়া

পঞ্জাৱৰ মহালীত বিস্ফোৰণ

স্পোটৰ্চ ডেস্ক, প্ৰথম খবৰ: আজি পঞ্জাৱৰ মহালীত এটি মহাবিস্ফোৰণ হয়। এই বিস্ফোৰণ কিন্তু কোনো সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ নহয়। এই বিস্ফোৰণ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ ৰহিত শৰ্মাৰ৷

উল্লেখযোগ্য যে পঞ্জাৱৰ মহালীত পে. টি. এম শৃংখলাৰ খেল অনুষ্ঠিত হয় আৰু উক্ত খেলখনত খেলুৱৈ গৰাকীয়ে বেটেৰে বিস্ফোৰণ ঘটায় । শ্ৰীলংকাৰ লগত হৈ থকা খেলখনত ৰহিত শৰ্মাই অকলে ১৩ টা ছয় আৰু ১২ টা চাৰিৰে ২০৮ ৰাণ কৰি নট আউট হৈ ৰয়। ৰোহিতৰ এইয়া ক্ৰমাগত তৃতীয়টো দ্বিশতক ইয়াৰ আগত ৰহিতৰ নামত ২১৯, আৰু ২৬৫ ৰাণৰ ৰেকৰ্ড আছে। ক্ৰমাগত তিনিটা দ্বিশতক কৰা ৰহিত প্ৰথমজন খেলুৱৈ ৰূপে পৰিগণিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*