অসম

পুৰণিগুদামত আধুনিক নৃত্য কৰ্মশালাৰ আয়োজন

প্ৰথম খবৰ,পুৰণিগুদাম: নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ অগ্ৰণী নৃত্যানুষ্ঠান “অংগাভিনয়”ৰ উদ্যোগত অহা ১৬ ডিচেম্বৰৰ পৰা ৩ জানুৱাৰীলৈ এটি আধুনিক নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ পুৰণিগুদাম ড’ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত প্ৰতিদিনে বিয়লি এক বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’বলগীয়া আধুনিক নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক ৮৪৬১৮-১৮১৬৪ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close