শেহতীয়া
Home / বিনোদন / পেডমেনৰ টেইলৰ ৰিলিজ

পেডমেনৰ টেইলৰ ৰিলিজ

নিউজ ডেস্ক,প্ৰথম খবৰ: বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰৰ আহিবলগীয়া নতুন ছবি পেডমেন’ ক লৈ সকলো ঠাইতে দশকৰ মাজত চৰ্চা চলি থকা অৱস্থাতে যোৱাকালি পেডমেন ছবিৰ টেইলৰ মুক্তি দিয়া হয়। টেইলৰ টোৱে সমগ্ৰ দেশতে জনসাধাৰণৰ মাজত এক বিশেষ খলকনি তুলিছে। জানিব পৰা মতে টেইলৰটোৰ ভিউছএ এক নতুন ৰেকৰ্ড কৰিব। অক্ষয় কুমাৰে চ’ চিয়েল মেডিয়াত জনোৱা মতে এই ছবিখনত ডাঙৰ ধামাকা কৰিব। পেডমেন ছবিখন পৰিচালনা কৰিছে বাক্লীয়ে। ছবিখনত অক্ষয় কুমাৰৰ অভিনয়ৰ লগতে ৰাধিকা আপ্টে আৰু ছোনম কাপুৰক দেখিবলৈ পোৱা যাব। পেডমেন ছবিখন মুক্তি পাব ২৬ জানুৱাৰী ২০১৮ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*