অসম

ফাতেহা দুৱাজ দহমৰ উপলক্ষে যোৰহাটত শোভাযাত্ৰা

যোৰহাটৰপৰা ঋতুৰাজ ফুকন,প্ৰথম খবৰ:ইছলাম ধৰ্ম প্ৰৱৰ্ত্তক হজৰত মহম্মদ জন্ম দিন ফাতেহা দুৱাজ দহম উপলক্ষে ফাঁচী আলী মহৰম ফিল্ড সংৰক্ষণ কমিটিয়ে আজি এক পদযাত্ৰাৰ আয়োজন কৰে। হজৰত মহম্মদৰ নীতি আদৰ্শ আৰু ভাতৃত্ববোধ,মৰম চেনেহৰ এনাজৰীক মূল নীতি ৰূপে লৈ আজি ফাঁচী আলীৰ মহৰম ফিল্ডৰ পৰা এই শোভাযাত্ৰা বাহিৰ কৰি যোৰহাটৰ,ৰয়েল ৰ’ড,বালিবাট,বাহাদুৰ গাঁওবুঢ়া পথ আদিৰে পৰিভ্ৰমণ কৰে।

Related Articles

Leave a Reply

Close