শেহতীয়া
Home / অসম / বকোত দূৰ্ঘটনা:থিতাতে মৃত্যু এজনৰ

বকোত দূৰ্ঘটনা:থিতাতে মৃত্যু এজনৰ

প্ৰথম খবৰ,বকো:বকোৰ শিৱ মন্দিৰৰ সমীপত ভয়াবহ পথ দূৰ্ঘটনা। বাইক আৰোহীক খুন্দিয়ালে অচিনাক্ত বাহনে। থিতাতে নিহত এজন যুৱক আঘাতপ্ৰাপ্ত আন এজন। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দূৰ্ঘটনা। নিহত যুৱকজন পানেৰীৰ ৰূপম ৰাভা আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মনোজ ৰাভা। মনোজ ৰাভাৰ ঘৰ ছাটাবাৰী কুৰশালাত। আঘাতপ্ৰাপ্ত মনোজ ৰাভাক সংকট জনক অৱস্থাত GMCH লৈ প্ৰেৰণ। দূৰ্ঘটনাত পতিত পালচাৰ বাইকখন AS01-W-8064।

Leave a Reply

Your email address will not be published. Required fields are marked *

*