অসম

বকোত ভয়াবহ পথ দূৰ্ঘটনা

প্ৰথম খবৰ,বকো:বকো চহৰৰ মাজমজিয়াত এই দূৰ্ঘটনা। অচিনাক্ত ট্ৰাকৰ খুন্দাত বাইক আৰোহী নিহত। এজন নিহত আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। দুৰ্ঘটনাত পতিত পালচাৰ বাইকখন AS13-A-4151। নিহত জন হ’ল ৰাস্তন চাংমা (40 বয়স) আহতৰ নাম চিস্কমাৰ্ট চাংমা (35 বয়স)। দুয়োজন শান্তিপুৰ গাঁৱৰ গাৰো সম্প্ৰদায়ৰ যুৱক। আহত চিস্কমাৰ্ট চাংমাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৈ প্ৰেৰণ কৰে যদিও ৰাস্তন চাংমা আদবাটতে মৃত্যু হয়৷

Related Articles

Leave a Reply

Close