আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বিশ্ববিখ্যাতৰ দৌৰত এশখন প্ৰতিষ্ঠানৰ আবেদন, বিশখন নিৰ্বাচিত

নিউজ ডেস্ক, প্ৰথম খবৰ:
বিশ্বৰ সকলোতকৈ বিখ্যাত বিশ্ববিদ্যালয়সমূহত অন্তৰ্ভুক্ত হোৱাৰ বাবে এতিয়া দেশৰ বহুতো আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান সাজু হৈছে। চৰকাৰী তথ্য অনুসৰি, এশখন প্ৰতিষ্ঠানৰ আবেদনৰ ওপৰত ভিত্তি কৰি শেহতীয়াকৈ মাত্ৰ বিশখন প্ৰতিষ্ঠান নিৰ্বাচিত হৈছে। সাৰ্বজনীন ক্ষেত্ৰত দহখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, পচিশখন ৰাজ্যিক বিশ্ববিদ্যালয়, ছয়খন ডীম্ড বিশ্ববিদ্যালয় আৰু আন আন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশখন প্ৰতিষ্ঠানে আবেদন কৰিছিল য’ত সাতখন আই আই টি, দিল্লী বিশ্ববিদ্যালয়, জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়, যাদৱপুৰ বিশ্ববিদ্যালয় আৰু গোৱা, পঞ্জাৱ, মাঙ্গালোৰৰ বিশ্ববিদ্যালয়সমূহো অন্তৰ্ভুক্ত আছিল। দেশৰ বহুতো আগশাৰীৰ প্ৰতিষ্ঠান এতিয়া এই প্ৰতিযোগিতাত নামি পৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close