অসম

বিশ্ব বিজেতা বক্সাৰ অংকুশিতাৰ তেজপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ বিপুল আদৰণি

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ:তেজপুৰৰ জাৰ্ণেলিষ্ট ইউনিয়নত বিশ্ব বিজেতা বক্সাৰ অংকুশিতা বড়োক বিপুল আদৰণি জনোৱা হয়। সাংবাদিক পুলক ডেকাই আঁত ধৰা অনুষ্ঠানত শোণিতপুৰ জাৰ্লিণষ্ট ইউনিয়নৰ কাৰ্যালয়ত ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সম্পাদক মনোজ কুমাৰ শইকীয়াৰ লগতে উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই উপদেষ্টা অপূৰ্ব বৰাই বিপুলভাৱে সম্বৰ্ধনা জনাই আৰু অংকুশিতাক আদৰণি জনাই ভাষণ দিয়ে সাংবাদিক সঞ্জীৱ হাজৰিকাই।

Related Articles

Leave a Reply

Close