অসম

বিহালীত অগপৰ প্ৰাকনিৰ্বাচনী কাৰ্যনিৰ্বাহক সভা

বিহালীৰপৰা অম্লান কাশ্যপ চাহা,প্ৰথম খবৰ:শনিবাৰে  বিহালীৰ খণ্ড উন্নয়নৰ অতিথিশালাত অসম গণ পৰিষদ দলৰ এখনি জৰুৰী প্ৰাকনিৰ্বাচনী সভা অনুষ্ঠিত হয়। এই সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্তক আদৰণি জনায় অগপৰ বিহালী সমষ্টিৰ কাৰ্যকৰী সভাপতি শুকদেৱ বৰুৱাই এক প্ৰেছবিজ্ঞপ্তিযোগে জনাই যে বিহালী সমষ্টিৰ সৰ্বমুঠ ১৭ টা সমষ্টিটেই নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close