অসম

বিহালীত পুৱতি নিশা চুৰিকাণ্ড

বিহালীৰপৰা অম্লান কাশ্যপ চাহা,প্ৰথম খবৰ:বিহালীৰ বেদেতীত যোৱা নিশা সংঘটিত হয় এক চুৰিৰ ঘটনা। ঘটনাৰ বিৱৰণী মতে বেদেতীৰ সুমন সৰকাৰ পেচাত এগৰাকী ব্যৱসায়ীয়ে যোৱা মাহত ক্ৰয় কৰা নম্বৰপ্লেট বিহীন বলেৰ’ বাহন খন যোৱানিশা কোনো অচিনাকি দুৰ্বিত্তই লৈ উধাও হয়। বৰ্তমান ব্যৱসায়ী জনৰ ঘৰত বিহালী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰা নাই।

Related Articles

Leave a Reply

Close