অসম

বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ

প্ৰথম খবৰ,বৰগাং: বিহালীৰ টেলেঙনীয়া গাঁৱ পঞ্চায়তৰ থান বিহালীত বন্যহস্তীৰ সন্ত্ৰাস৷ প্ৰাপ্ত খবৰ মতে,যোৱা পুৱতি নিশা প্ৰায় ১•৩০ মান এদল বন্যহস্তীয়ে থান বিহালী অঞ্চলত সন্ত্ৰাস চলাই আব্দুল চট্টাৰ আৰু চপিজুল হুছেইন দুজন লোকৰ বাসগৃহ লণ্ড ভণ্ড কৰে৷

Related Articles

Leave a Reply

Close