অসমশীৰ্ষ

বিহালীৰ চেৰেলীয়াত কিশোৰ উদ্ধাৰ

প্ৰথম খবৰ,বৰগাং:আজি সন্ধ্যা প্ৰায় ৬ মান বজাত বিহালী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলীয়াত ৩ কিশোৰ অতৰ্কিতে উদ্ধাৰ হয়৷ ৩ কিশোৰৰ দুটি ক্ৰমে মাৰে গৰ্ডী (আনুমানিক বয়স ০৯),চনা গৰ্ডী (আনুমানিক বয়স ০৯) অৰুণাচল প্ৰদেশৰ ইটানগৰৰ বি এন তিনি আলিৰ বুলি জানিবপৰা গৈছে৷ আনহাতে ৰাজু ভূঞাঁ (১০) নামৰ কিশোৰটি বিহালীৰ লালপানীৰ বুলি তথ্যত প্ৰকাশ। উল্লেখ্য যে, বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ তাঁতীৰ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত ৩ কিশোৰক বিহালী আৰক্ষীক গতাই দিয়া বুলি জানিবপৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close