অসম

বেংক শব্দ ব্যৱহাৰত নিষেধাজ্ঞা ৰিজাৰ্ভ বেংকৰ

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ:
ভাৰতীয় ৰিজাৰ্ভ বেংকে এক নিৰ্দেশনা জাৰি কৰিছে। উক্ত নিৰ্দেশনা অনুসৰি কোনো সমবায় সমিতিয়ে এতিয়াৰপৰা বেংক শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিব। ‘বেংকিং ৰেগুলেচন এক্ট’ কাৰ্যকৰী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বেংকটোৱে এই সিদ্ধান্ত লৈছে। উল্লেখ্য, কেইবাখনো সমবায় সমিতিয়ে বেংক শব্দটো ব্যৱহাৰ কৰিছিল। এই তথ্য লাভ কৰাৰ পিছতেই ৰিজাৰ্ভ বেংকে ততাতৈয়াকৈ উক্ত নিৰ্দেশ জাৰি কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close