অসম

বোকাখাত আৰক্ষীৰ দ্বাৰা চোৰাং চিকাৰী আটক

প্ৰথম খবৰ,বোকাখাত:বোকাখাতৰ আৰক্ষীৰ অভিযান। খৰ্গ সহ আটক কৰা হয় চোৰাং চিকাৰী৷ বোকাখাতৰ ৪ নং দ গাঁওৰপৰা গঁড়ৰ খৰ্গৰ সৈতে বিপিন বৰা নামৰ এজন ব্যক্তিক আটক কৰা হৈছে৷ বোকাখাত আৰক্ষীয়ে ৰবিবাৰে পুৱা বিপিন বৰাৰ ঘৰ পৰা জব্দ কৰে খৰ্গটো৷

আটকাধীন বিপিন বৰাই বহুদিনৰ পৰা খৰ্গ সৰবৰাহ কাৰ্যত জড়িত থকাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close