অসমবৰপেটা

বৰপেটা চেহেৰী ক্লাৱৰ সোণালী জয়ন্তী উদযাপন

বৰপেটাৰ পৰা ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ :
বৰপেটাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান চেহেৰী ক্লাৱৰ এইবেলি সোণালী জয়ন্তী বৰ্ষ। ১৯৬৭ চনত মৰহুম তাইজুদ্দিন আহমেদৰ প্ৰচেষ্টাত চেহেৰী ক্লাৱ গঠন হৈছিল। মুখ্যত ৰমজান মাহত ৰোজাদাৰ সকলোক নিদ্ৰাৰ পৰা জগাই দিয়াটো উদ্দেশ্য আছিল অনুষ্ঠানটোৰ। তেখেতৰ আদৰ্শ সাৰোগত কৰি বিগত ৫০ বছৰ সমাজৰ কামত ব্ৰতি হৈ আছে, অহা ১৫, ১৬, ১৭ ডিচেম্বৰ ২০১৭ ইং,( শুক্ৰ, শনি, আৰু ৰবিবাৰ) বিশাল কাৰ্য্যসূচী লৈ সোণালী জয়ন্তী উদযাপন কৰিব ওলাইছে চেহেৰী ক্লাৱৰ কৰ্মকৰ্তাসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close