অসম

বৰহাটত অগ্নি কাণ্ডত বাসগৃহ ভস্মীভূত

প্ৰথম খবৰ,বৰহাট:চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগা গ্ৰাণ্টৰ নিবাসী চালিক ওৰাঙৰ বাসগৃহত আজি নিশা অগ্নি কাণ্ডত সম্পূৰ্ণ ৰূপে নিঃশেষ হয়। ঘটনাৰ বিৱৰণী মতে শুকুৰবাৰে  নিশা ১১ বজাত চালিকৰ গৃহত জুই জ্বলি বাসগৃহৰ সকলো সামগ্ৰীৰ লগতে নগদ ৪৮,৮০০ টকা,চাহ গছ,তামোল আদি জুইত ভষ্মীভূত হয়।

Related Articles

Leave a Reply

Close