শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্ৰীয় / ভগৱানৰ জীয়ৰী চাৰা হব আম্বানীৰ বোৱাৰী

ভগৱানৰ জীয়ৰী চাৰা হব আম্বানীৰ বোৱাৰী

নিউজ ডেস্ক, প্ৰথম খবৰ:  ভাৰতীয় ক্ৰিকেটাৰ কোহলি আৰু বলীউডৰ অভিনেতী অনুষ্কা শৰ্মাৰ বিবাহ হৈ যোৱাৰ পিছতে আনফালে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ পুত্ৰী চাৰা টেণ্ডুলকাৰ অতিশীঘ্ৰে বিবাহ হব বুলি চৰ্চা চলি আছে। কিছুদিনৰ পিছত বলীউডত ভৰি দিব চাৰা টেণ্ডুলকাৰে যদিও তাই বিবাহক লৈ বেছি উৎফুল্লিত দেখা গৈছে। শচীন আৰু অঞ্জলিৰ পুত্ৰী ২০ বছৰত ভৰি দিছে। জানিব পৰা মতে চাৰাৰ স্বামী হব অনন্ত আম্বানী। দুইজনৰ মাজত বহুদিনৰ পৰা মিলা প্ৰীতি দেখা গৈছে আৰু দুই জনক বহু পাৰ্টিত দেখা যায়। তেওঁ লোকৰ বিবাহকলৈ বহু কথা উলাইছে। শচীনৰ লগতো অনন্তৰ লগত বহু কথা বতৰা হৈছে। জানিব পৰা মতে শচীনেও তেওঁক ভাল বুলি কৈছে। বৰ্তমান অনন্তৰ এক নতুন ৰূপ দেখিবলৈ পোৱা গৈছে। এই ৰূপটোক লৈ চাৰাৰ লগত বিবাহ পাশত আৱদ্ধ হোৱটো চৰ্চিত বিষয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*