অসমগুৱাহাটী

মহানগৰীৰ ফাঁচীবজাৰত অগ্নিকাণ্ড!

নিউজ ডেস্ক, প্ৰথম খবৰঃ
গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰস্থিত এছ এছ ৰোডৰ উনফেৰ বজাৰৰ ৫ মহলীয়া অট্টালিকা এটাত আজি পুৱাৰ ভাগত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ হোটেল ৰিভাৰভিউৰ গাতে লাগি থকা সুন্নী শৰ্মা নামৰ ব্যৱসায়িক এজনৰ গুদামত সংঘটিত হৈছে এই ঘটনা৷
শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ড নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে বৰ্ত্তমান চেষ্টা অব্যাহত ৰাখিছে যদিও আশে-পাশে জুই বিয়পাৰ আশংকাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷

Related Articles

Leave a Reply

Close