অসম

মানাহত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু

প্ৰথম খবৰ,বৰপেটাৰোড:মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱা গঁড়ৰ আক্ৰমণত এজন কৰ্মচাৰীৰ মৃত্যু হয়। উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত এই ঘটনাটো সংঘটিত হৈছে।
মৃত্যু হোৱা লোকজন উদ্যানখনৰ বন কৰ্মচাৰী লংকেশ্বৰ লহকৰ(৫৪) বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ টিহুত আছিল।

Related Articles

Leave a Reply

Close