মানাহৰ বেঁকী নৈৰ পানীত মৃতদেহ উদ্ধাৰ Posted by: জোনমণি দাস in অসম, শীৰ্ষ December 13, 2017 প্ৰথম খবৰ, শালবাৰী: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলৰ ভিতৰৰ বেঁকী নৈৰ পানী যুৱলিত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অচিনাকী মৃতদেহটো চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা ভাহি অহাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। 2017-12-13 জোনমণি দাস