অসমশীৰ্ষ

মানাহৰ বেঁকী নৈৰ পানীত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, শালবাৰী: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলৰ ভিতৰৰ বেঁকী নৈৰ পানী যুৱলিত এটা  মৃতদেহ উদ্ধাৰ কৰা হৈছে। অচিনাকী মৃতদেহটো চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা ভাহি অহাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close