শেহতীয়া
Home / বিনোদন / মিছ ইণ্ডিয়ান ডিৱাত জিলিকিল তেজপুৰৰ শিখা

মিছ ইণ্ডিয়ান ডিৱাত জিলিকিল তেজপুৰৰ শিখা

প্ৰথম খবৰ,তেজপুৰ: ৰাষ্ট্ৰীয়  পৰ্য্যায়ত জিলিকিল তেজপুৰৰ যুৱতী। ৰাষ্ট্রীয় পৰ্য্যায়ত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত তেজপুৰৰ যুৱতীৰ সাফল্যই সকলোকে আনন্দিত কৰিছে তেজপুৰবাসীক। কলকতাৰ জে ডব্লিউ মেৰিয়ত হোটেলত অনুষ্ঠিত সৱ ভাৰতী মিছ ইণ্ডীয়া ডিৱাত তেজপুৰৰ শিখা  শইকীয়াই চেকেণ্ড ৰাণাৰ্ছআপ হোবাৰ লগতে বেষ্ট স্কিন অৱ টাইটেল সন্মানেৰে উজলি তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*