অসমশীৰ্ষ

মেঘালয়ৰ আক্ৰমণ, ঘৰ এৰি পলায়ন গাওঁবাসীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ : অসম মেঘালয় সীমান্তৱৰ্তী গৰৈমাৰী গাওঁৰ গাৰো সম্প্ৰদায়ৰ লোকৰ ওপৰত মেঘালয়ৰ গাৰো লোকৰ আক্ৰমণ।বুধবাৰে ৰাতি প্ৰায় ৭.৩০ মান বজাত অতৰ্কিতে আক্ৰমন কৰাৰ ফলত ৪২ ঘৰ মানুহ ওচৰৰে বাখাৰাপাৰা গাওঁলৈ প্ৰানৰ ভয়ত পলায় আহে। সেই গাওঁখনৰ গাৰো মানুহখিনি অসমত এন আৰ চি ৰ কাম কৰা বাবে খেদি পঠিয়াই মেঘালয়ৰ বাসিন্দাই।
অসমৰ গৰৈমাৰী গাওঁখন মেঘালয়ত অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ চলাই থকা হৈছে বুলি তাৰ লোক সকলে সন্দেহ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close