অসম

মৰাণত উজ্বলা আচঁনিৰ অধীনত মহিলাসকলক ৰন্ধন গেছৰ সংযোগ প্ৰদান

মৰাণ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ : বুধবাৰে মৰাণ ভাৰত গেছ এজেন্সীয়ে প্ৰধানমন্ত্ৰী উজ্বলা আচঁনিৰ অধীনত মহিলাসকলক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰে। অনুষ্ঠানটিৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close