অসম

মৰাণৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ:মৰাণত শোকাৱহ পথ দুৰ্ঘটনা। মৰণৰ বালিখুটিত পথচাৰীক ডি আই গাড়ীয়ে মহতীয়াই নিহত কৰে । নিহত লোকজন বালিখুটি গাঁৱৰ পেতেৰা মুড়া (৪০) বুলি চিনাক্ত। দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন ডি আই গাড়ীখনৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close