শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্ৰীয় / শচীন অনুৰাগীসকলৰ বাবে ভাল খবৰ, মুকলি হ’ল ‘শচীন ছাগা’

শচীন অনুৰাগীসকলৰ বাবে ভাল খবৰ, মুকলি হ’ল ‘শচীন ছাগা’

নিউজ ডেস্ক,প্ৰথম খবৰ: ক্ৰিকেটৰ ভগৱান মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নামত শেহতীয়াকৈ এক গেম মুকলি কৰা হৈছে। উক্ত গেমটোৰ নাম হৈছে “শচীন ছাগা”। এতিয়া এই গেমৰ জৰিয়তে শচীন অনুৰাগীসকলে তেওঁৰ লগত যুক্ত হ’ব পাৰিব। শচীনৰ সেই পূৰ্বৰ খেলসমূহ পুনৰ উপভোগ কৰিব পাৰিব অনুৰাগীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*