অসম

শিৱসাগৰত অনুষ্ঠিত ৰাজ্যিক বডি বিল্ডিং প্ৰতিযোগিতাত মিছ অসম কামৰূপৰ ৰুৱীনা দেৱী

প্ৰথম খবৰ, শিৱসাগৰ, ১৭ ডিচেম্বৰ, ২০১৭: শিৱসাগৰত কালিৰেপৰা আৰম্ভ হোৱা আন্তঃৰাজ্যিক বডি বিল্ডিং প্ৰতিযোগিতাত ছোৱালীৰ শাখাত মিচ অসম সন্মান কামৰূপৰ ৰুৱীনা দেৱীয়ে আজুৰিবলৈ সক্ষম হয় । আজি ৰাতি ১০.৪৫ বজাত প্ৰতিযোগিতাখনত ৰুৱীনাই নিজৰ সুন্দৰ শৰীৰশৈলী শীৰ্ষক প্ৰৰ্দশন কৰি এই সন্মানৰ অধিকাৰী হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close