অসম

সদৌ অসম ভিত্তিত ছোৱালী কিক্ বক্সিং প্ৰতিযোগিতা

প্ৰথম খবৰ,বৰহাট:কিক্ বক্সিং সংস্থা,অসমৰ উদ্যোগত সদৌ অসম ভিত্তিত অহা ২২আৰু ২৩ ডিচেম্বৰত চৰাইদেউ জিলাৰ বৰহাটত ছোৱালী কিক্ বক্সিং প্ৰতিযোগিতা আয়োজন কৰিছে। অসমৰ সমূহ জিলাৰ প্ৰশিক্ষক প্ৰশিক্ষাৰ্থী সকলক অহা ২০ ডিচেম্বৰৰ ভিতৰত খগেন কুমাৰ গগৈ,সম্পাদক,কিক্ বক্সিং সংস্থা,অসম দূৰভাষ-৯৯৫৪২২৩৩২৩. ৯৯৫৭২৪২৬৫২ নম্বৰত যোগাযোগ নিশ্চিত কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ কৰিছে।

Related Articles

Leave a Reply

Close