শেহতীয়া
Home / অসম / সোণাৰিত মৃত নৱজাতক উদ্ধাৰ

সোণাৰিত মৃত নৱজাতক উদ্ধাৰ

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ:সোণাৰিৰ টাউকাক নদীৰ দলঙৰ তলত মৃত নৱজাতক উদ্ধাৰ ঘটনাই নগৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কোনো পাষাণ মাতৃয়ে মুখ লজ্জাৰ বাবেই যোৱা নিশা দলঙৰ তললৈ নৱজাতকটিক নিক্ষেপ কৰাৰ সন্দেহ ৰাইজৰ। উল্লেখ্য যে টাউকাক নদীৰ দলঙৰ তলত পুৱাই মৃত অৱস্থাত নৱজাতকটি উদ্ধাৰ হোৱাৰ ঘটনাই নগৰখনত মুকলিভাৱে অনৈতিক কাৰ্য অব্যাহত থকাৰ কথাটোকে প্ৰতিপন্ন কৰা বুলি দাবী কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*